Netherlands Embassy of India
ৰে'ল যাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ প্রধানমন্ত্রীলৈ
ৰেলযাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ অসমীয়া যুৱকৰ। প্রধানমন্ত্রীৰ কাৰ্যালয়, ৰে'ল মন্ত্রণালয়ৰ লগতে নেডাৰলেণ্ডস্থিত ভাৰতীয় দূতাবাসলৈ পত্ৰ প্ৰেৰণ কৰিছে নামতিদল বাইলুং গাঁওৰ যুৱক তথা বৰ্তমানৰ নেডাৰলেণ্ডৰ নিবাসী ঋতুপর্ণ শইকীয়াই ।