0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
জনপ্ৰিয় টেলিভিচন চেনেল ছ'নী টিভিত সম্প্ৰচাৰিত মাষ্টাৰ ছেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব'ৰ সপ্তম চিজনত বিজয়ীৰ খিতাপ অৰ্জন কৰিলে অসম সন্তান তথা তিনিচুকীয়াৰ গোবিন্দপুৰৰ যুৱক নয়নজ্যোতি শইকীয়াই । অসমীয়াৰ সুস্বাদু ব্যঞ্জন হাঁহ মাংস আৰু কোমোৰাৰ জুতি দি বিচাৰকৰ মন জয়ী কৰি নয়নজ্যোতিয়ে জিনিলে মাষ্টাৰ ছেফ খিতাপ ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব