kohima
ভাৰত-ম্যানমাৰৰ সীমান্তৰ বেৰ দিয়াক লৈ ক'হিমাত হাজাৰ হাজাৰ নগাৰ উত্তাল প্ৰতিবাদ
ভাৰত-ম্যানমাৰৰ সীমান্তৰ বেৰ দিয়াক লৈ ক'হিমাত হাজাৰ হাজাৰ নগাৰ উত্তাল প্ৰতিবাদ, কেন্দ্ৰই যদি এফ এম আৰ এলেকা হ্ৰাস কৰি সীমান্তত বেৰ দিয়ে তেন্তে ই কন্যাক নগাসকলৰ বাবে অপৰিসীম কষ্টৰ সৃষ্টি কৰিব।
ক’হিমাৰ পৰা মণিপুৰৰ সেনাপতি জিলালৈ পাঁচ শতাধিক লোকৰ নগা সংহতি পদযাত্ৰা