journalistprotest
কমাৰবন্ধাত সাংবাদিকৰ অৱস্থান ধৰ্মঘট
গোলাঘাট জিলাৰ কমাৰবন্ধা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা অমাৰ অসম কাকতৰ কমাৰবন্ধাৰ প্ৰতিবেদক চুলতান আলীক যোৱা ৯ জানুৱাৰীৰ নিশা বামুণ গাঁৱত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি কমাৰবন্ধাত বিভিন্ন সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।