0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
উত্তৰ গুৱাহাটী মধুপুৰ ধোপৰতলস্থিত শ্ৰী শ্ৰী গোপাল থানত ধৰ্মীয় পৰম্পৰা অনুসৰি ৫৭ সংখ্যক বাৰ্ষিক পূজা অনুষ্ঠিত হয়। ১,২ আৰু ৩ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হ'ব এই পূজা। পূজা উপলক্ষে তিনিও দিনে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিছে আয়োজক সমিতিয়ে ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব