0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
গাড়ী চোৰ
বৃহস্পতিবাৰে নিশা কামপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। কামপুৰ মনোহৰ গাঁৱৰ দুই যুৱকে গুৱাহাটীৰ পৰা কামপুৰলৈ ভাড়া কৰে এখন গাড়ী। এএছ১২-এএ-১৮৩৮ নম্বৰৰ বাহনখন কামপুৰলৈ লৈ অনাৰ বাটতে ফটাঝাৰ অঞ্চলত গাড়ী চালকক আক্ৰমণ কৰে দুই যুৱক গণেশ দাস আৰু চম্পক দাসে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব