0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
আজিৰ এই কেবিনেটত হোৱা আলোচনা মৰ্মে বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ যুৱক-যুৱতীৰ মৃতদেহ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা অৱগত কৰে। ৰাজ্য চৰকাৰৰ খৰচত লৈ অনা হ’ব মৃতদেহ। উল্লেখযোগ্য যে, ‘শ্রদ্ধাঞ্জলি’ নামেৰে আৰম্ভ হ’ব এই আঁচনিখন।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব