0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
পবিতৰাত উপস্থিত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া । মঙলবাৰে পুৱা ১০ বজাত সপত্নীক লৈ উপস্থিত হৈ পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰে ৰাজ্যপাল গৰাকীয়ে । জীপ চাফাৰী কৰি বিনন্দীয়া পবিতৰাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব