0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
আজি মাঘৰ মকৰ সংক্ৰন্তি। বিগত বছৰ দৰে এইবছৰো অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী আকাশীগংগাত পুণ্য স্নানৰ দৰে সমবেত হৈছে অলেখ ভক্ত। লিকাবালিৰ -আলং সীমান্ত পথেৰে ৭ কিলোমিটাৰ উত্তৰলৈ গৈ আঠ শতাধিক খট খটি বগাই তললৈ গলেই পোৱা যায় এক মনোমোহা জলপ্ৰপাত। এই জল প্ৰপাতৰ নামেই হল আকাশী গংগা।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব