0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ বাকৰিত মুখ্য সঞ্চালক ছিৰাজউদ্দিন আহমদৰ উদ্যোগত পৰম্পৰাগত গত ভাৱে ইছলাম ধৰ্মাৱলম্বী আৰু বহু হিন্দু লোকৰ উপস্থিতিৰে ইফতাৰ পালন কৰি আহিছে। আজি ৫ বাজি ৩৩ মিনিটত হোৱা লগে লগে প্ৰায় সাত শতাধিক লোকে ইফতাৰ গ্ৰহণ কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব