0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
জামুগুৰিহাটৰ ধলাইবিল ক্ৰীড়া সন্থাৰ উদ্যোগত ধলাইবিল খেলপথাৰত চলি থকা আঞ্চলিক ভিত্তিত আমন্ত্ৰণমূলক প্ৰাইজমানি ও ট্ৰফী ফুটবল খেল প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত উক্ত চূড়ান্ত খেলখন উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব