0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশনা লাভ কৰি শুক্ৰবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি প্ৰাঞ্জল চুতীয়াই । সভাপতি চুতীয়াক ঢকুৱাখনা কংগ্ৰেছৰ কেইবা শতাধিক নেতা কৰ্মীয়ে সদৰ চাৰিআলিৰ পৰা গায়ন- বায়ন, ঢোলে দগৰে আদৰি আনি ৰাজীৱ ভৱনত প্ৰৱেশ কৰে ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব