কোন হ'ব বিশ্বকাপৰ নায়ক : আই চি চিৰ ৯জনীয়া তালিকা ঘোষণা

কোন হ'ব বিশ্বকাপৰ নায়ক : আই চি চিৰ ৯জনীয়া তালিকা ঘোষণা

ডিজিটেল ডেস্ক : কোন হ'ব বিশ্বকাপৰ নায়ক ! দৌৰত আছে ৯গৰাকী ক্ৰিকেটাৰ। আই চি চিয়ে ঘোষণা কৰিছে সেই তালিকা। ফাইনেল মেচৰ সামৰণিত চূড়ান্ত হ'ব নায়কৰ নাম। এই তালিকাত আছে ৪গৰাকী ভাৰতীয় খেলুৱৈ। ২গৰাকী অষ্ট্ৰেলিয়া,নিউজিলেণ্ড আৰু এগৰাকী দক্ষিণ আফ্ৰিকাৰ।

বিৰাট কোহলিঃ ১০ মেচত ৭১১ ৰান।

আডাম জাম্পাঃ এই পৰ্যন্ত ২২টা উইকেট। ৩খন মেচত ৪টাকৈ উইকেট।

কুইণ্টন ডি ক'কঃ ৩টা শতকসহ ৫৯১ ৰান।

মহম্মদ ছামিঃ ৬খন মেচ খেলি ২৩টা উইকেট। ৩খন মেচত ৫কিম্বা ততোধিক উইকেট।

ৰাচীন ৰবীন্দ্ৰঃ ৩টা শতকসহ ৫৭৮ৰান। লগত ৫টা উইকেট।

গ্লেন মেক্সৱেলঃ ২০১ৰানৰ অপৰাজিত ইনিংছ।

ৰোহিত শৰ্মাঃ এটা শতকসহ ১০ মেচত ৫৫০ ৰান।

যশপ্ৰীত বুমৰাহঃ ১০ মেচত ১৮টা উইকেট।

ডাৰিল মিচেলঃ শতকসহ ৫৫২ ৰান।

কোন হ'ব বিশ্বকাপৰ নায়ক : আই চি চিৰ ৯জনীয়া তালিকা ঘোষণা
আজি মহাৰণ : ১৪০ কোটি ভাৰতীয়ৰ বুকুত সাঁচি ৰখা সপোনে প্ৰাণ পাব ২২ গজত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in