প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে শক্তিশালী গুজৰাটৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছ

শক্তিশালী গুজৰাটৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে নামিব কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকল

author-image
Asomiya Pratidin
New Update
প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে শক্তিশালী গুজৰাটৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছ

ডিজিটেল ডেস্কঃ দেশৰ দুখনকৈ চহৰত শনিবাৰে অনুষ্ঠিত হ'ব আই পি এলৰ দুখনকৈ মেচ। প্ৰথমখন কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টা্ইটানছ।

Advertisment

আনখন অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছনৰাইজাৰ্ছ হায়দৰাবাদ।দুয়োখন মেচেই হ'ব ৰোমাঞ্চকৰ।আজিৰ এই প্ৰথমখন মেচত শক্তিশালী গুজৰাটৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে নামিব কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকল।

পইণ্ট তালিকাৰ পৰিসংখ্যা অনুসৰি ৰাজস্থান ৰয়েলছে শীৰ্ষত স্থান দখল কৰাৰ বিপৰিতে গুজৰাট টাইটানছে তৃতীয়,কলকাতাই সপ্তম,হায়দৰাবাদে নৱম আৰু দিল্লী কেপিটেলছে অন্তিম স্থানত আছে।

Also Read: ব্ৰাজিলিয়ান অভিধানত স্থান লাভ কৰিলে কিংবদন্তি ফুটবলাৰ পেলেই

IPL 2023