বিৰাট কোহলিৰ সন্মুখত কে এল ৰাহুল বাহিনী

শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত ৫ খন মেচত জয়লাভ কৰি ১০ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ
বিৰাট কোহলিৰ সন্মুখত কে এল ৰাহুল বাহিনী

ডিজিটেল ডেস্কঃ আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত সোমবাৰে অংশ ল'ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। সন্ধিয়া একনা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মেচখনকলৈ অনুৰাগীৰ মনত ব্যপক চৰ্চা লাভ কৰিছে।

কিয়নো বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছৰ মুখামুখি হ'ব কে এল ৰাহুলৰ দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত ৫ খন মেচত জয়লাভ কৰি ১০ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। আনহাতে তুলনামূলকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে ৮ পইণ্টেৰে তালিকাৰ ষষ্ঠ স্থানত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। আজিৰ এই মেচখনত সম্প্ৰতি সুন্দৰ ফৰ্মত থকা কোহলিকলৈ কে এল ৰাহুল বাহিনীয়ে কি ৰণকৌশল ৰচনা কৰে সেয়াহে লক্ষণীয়।

বিৰাট কোহলিৰ সন্মুখত কে এল ৰাহুল বাহিনী
টুপিয়া চাহ বাগিছাত আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in