দক্ষিণ আফ্ৰিকাৰে হ'ব লগা টেষ্ট শৃংখলাৰ আগেয়েই বিপদত টীম ইণ্ডিয়া !

দক্ষিণ আফ্ৰিকাৰে হ'ব লগা টেষ্ট শৃংখলাৰ আগেয়েই বিপদত টীম ইণ্ডিয়া !

author-image
Asomiya Pratidin
New Update
দক্ষিণ আফ্ৰিকাৰে হ'ব লগা টেষ্ট শৃংখলাৰ আগেয়েই বিপদত টীম ইণ্ডিয়া !

ডিজিটেল ডেস্ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ আগেয়েই বিপদত পৰিল টীম ইণ্ডিয়া। অসুস্থতাৰ বাবে ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাত দেখিবলৈ পোৱা নাযাব দুধৰ্ষ বলাৰ মহম্মদ ছামিক।

উল্লেখ্য যে শৃংখলাত ছামিৰ অংশগ্ৰহণ নিৰ্ভৰ কৰিছিল ফিটনেছৰ ওপৰত। চিকিৎসকৰ মতে ছামি এতিয়াও সম্পূৰ্ণ সুস্থ নহয়। অৱশ্যে ব'ৰ্ডে এতিয়াও ছামিৰ বিকল্প হিচাপে পৰৱৰ্তী খেলুৱৈৰ নাম ঘোষণা কৰা নাই।

Also Read: কুঁৱলীৰ আৱৰণ ফালি কাজিৰঙাত দেশী-বিদেশী পৰ্যটক

cricket INDIA VS SOUTH AFRICA india