অসুস্থ ঋষভ পণ্টৰ আশু আৰোগ্য কামনা সূৰ্য কুমাৰ যাদৱ,কুলদীপ আৰু ৱাশ্বিংটন সুন্দৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ বাবে মন্দিৰত প্ৰাৰ্থনা সতীৰ্থৰ। মটৰ দুৰ্ঘটনাত আহত হৈ সম্প্ৰতি

author-image
Asomiya Pratidin
New Update
অসুস্থ ঋষভ পণ্টৰ আশু আৰোগ্য কামনা সূৰ্য কুমাৰ যাদৱ,কুলদীপ আৰু ৱাশ্বিংটন সুন্দৰৰ

পণ্টৰ আশু আৰোগ্য কামনা সূৰ্য কুমাৰ যাদৱ,কুলদীপ আৰু ৱাশ্বিংটন সুন্দৰৰ

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ বাবে মন্দিৰত প্ৰাৰ্থনা সতীৰ্থৰ। মটৰ দুৰ্ঘটনাত আহত হৈ সম্প্ৰতি হাস্পতালত চিকিৎসাধীন হৈ আছে উদীয়মান ক্ৰিকেটাৰগৰাকী। সেয়ে সতীৰ্থ ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱ,কুলদীপ যাদৱ আৰু ৱাশ্বিংটন সুন্দৰে পণ্টৰ আশু আৰোগ্য কামনা কৰি মহাকালেশ্বৰ মন্দিৰত প্ৰাৰ্থনা জনায়।

Advertisment

সোমবাৰে তিনিও গৰাকী সতীৰ্থ ক্ৰিকেটাৰে নিউজিলেণ্ডৰে হ'বলগীয়া তৃতীয় এদিনীয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ উজ্জয়িনীত থকা মহাকালেশ্বৰ মন্দিৰত নৈবদ্য আগবঢ়াই। উল্লেখ্য যে ঋষভ পণ্টে যোৱা ৩০ ডিচেম্বৰৰ নিশা পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

আৰু পঢ়কঃ মধুপুৰ সত্ৰত বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি পালন

kuldeep yadav rishabh pant cricket surya kumar yadav washington sundar