ভাৰত-নিউজিলেণ্ড টি-২০ মেচৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি অসমৰ পৰীক্ষিত দত্ত

বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি অসমৰ পৰীক্ষিত দত্ত। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অহা ২৭ জানুৱাৰীত

author-image
Asomiya Pratidin
New Update
ভাৰত-নিউজিলেণ্ড টি-২০ মেচৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি অসমৰ পৰীক্ষিত দত্ত

ভাৰত-নিউজিলেণ্ড টি-২০ মেচৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি অসমৰ পৰীক্ষিত দত্ত

ডিজিটেল ডেস্কঃ বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি অসমৰ পৰীক্ষিত দত্ত।ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অহা ২৭ জানুৱাৰীত ৰাঁচীত অনুষ্ঠিত হʼবলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলৰ বাবে বি চি চি আইৰ পৰ্যবেক্ষক হিচাপে অসমৰ যুৱ ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্তক নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে,পৰীক্ষিত দত্তই অসম ক্ৰিকেট সন্থাৰ দুটা কাৰ্যকালৰ বাবে উপ সভাপতিৰ দায়িত্ব দক্ষতাৰে পালন কৰাৰ উপৰিও বিগত সময়চোৱাত অসমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলসমূহ সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে। বৰ্তমান তেওঁ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতিৰ দায়িত্বত আছে।

আৰু পঢ়কঃ মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত প্ৰশিক্ষণৰ কৰ্মশালা

t-20 cricket ACA guwahati ind vs nz