কোৰিয়া অ'পেন বেডমিণ্টন : ফাইনেলত ভাৰতৰ ছাটৱিক-চিৰাগ

কোৰিয়া অ'পেন বেডমিণ্টন : ফাইনেলত ভাৰতৰ ছাটৱিক-চিৰাগ

ডিজিটেল ডেস্ক : কোৰিয়া অ'পেন ছুপাৰ ৫০০ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা যুটি ছাটৱিক ছাইৰাজ আৰু চিৰাগ চেট্টিয়ে। বিশ্বৰ দুই নম্বৰ যুটি ৱে জং আৰু ৱাং চাং ইনৰ বিৰুদ্ধে ভাৰতীয় যুটিটোৱে জয়ী হৈ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে।

ভাৰতীয় যুটিটোৱে প্ৰতিপক্ষ চীনক ২১-১৫,২৪-২২ ছেটত পৰাস্ত কৰে। অনুৰাগীৰ আশা যে এই যুটিটোৱে ফাইনেলত জয় লাভ কৰি খিতাপ দখল কৰিব। উল্লেখযোগ্য যে বিগত মাহত ইণ্ডোনেচিয়া অ'পেন ছুপাৰ ১০০০ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল।

কোৰিয়া অ'পেন বেডমিণ্টন : ফাইনেলত ভাৰতৰ ছাটৱিক-চিৰাগ
আৰক্ষীৰ অভিযানত ১০কোটি টকাৰ বাৰ্মিজ চুপাৰি জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in