New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
কৰিমগঞ্জৰ বদৰপুৰঘাট এলেকাত অভিযান
বদৰপুৰ আৰক্ষী আৰু BSFৰ যুটীয়া অভিযান
অভিযানত ১০কোটি টকাৰ বাৰ্মিজ চুপাৰি জব্দ
মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী এখন ট্রাকৰ পৰা জব্দ
ট্রাকখনত আছিল ৩৩৫ বস্তা বাৰ্মিজ চুপাৰি
ঘটনা সন্দৰ্ভত ছামছুদ্দিন নামৰ এজন লোকক গ্রেপ্তাৰ।
Also Read: গ্ৰেপ্তাৰ হোৱাৰ পিচত কি ক'লে লাচিত গগৈয়ে...