Advertisment

জিণ্টিমণি কলিতাই খেলিব মহিলা IPL: চাওক কিমান টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে...

জিণ্টিমণি কলিতাই খেলিব মহিলা IPL: চাওক কিমান টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে...

author-image
Asomiya Pratidin
New Update
জিণ্টিমণি কলিতাই খেলিব মহিলা IPL: চাওক কিমান টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে...

জিণ্টিমণি কলিতাই খেলিব মহিলা IPL: চাওক কিমান টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে...

ডিজিটেল ডেস্কঃ অসমৰ মহিলা ক্ৰিকেটৰ লগতে সামগ্ৰীক ক্ৰীড়া জগতখনৰ বাবেই আশাৰ খবৰ। অসমৰ জীয়ৰীয়ে খেলিব আই পি এল।

Advertisment

আজি আই পি এলৰ নিলামত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে অসমৰ জীয়ৰী জিণ্টিমণি কলিতাক। ফ্ৰেঞ্চাইজিটোৱে জিণ্টিমণি কলিতাক ১০ লাখ টকাৰ বিনিয়মত ক্ৰয় কৰিছে।

উল্লেখ্য যে জিণ্টিমণি কলিতাৰ ঘৰ মঙ্গলদৈৰ শান্তিপুৰত। অসম ক্ৰিকেট সন্থাই এইবাৰ মহিলা আই পি এলৰ বাবে অসমৰ বহু কেইগৰাকী মহিলা ক্ৰিকেটাৰৰ নাম পঞ্জীয়নভুক্ত কৰিছিল।

জিণ্টিমণিৰ এই সাফল্যই যে আগন্তুক সময়ত ৰাজ্যৰ মহিলা ক্ৰিকেট ক্ষেত্ৰখনক আৰু অধিক আগুৱাই নিব সেয়া নিশ্চিত।

Also Read: ভাৰত-ভূটান সীমান্তৰ পাটাবাৰীত গৰ্ভৱতী বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ...

জিণ্টিমণি কলিতা মহিলা আই পি এল