IPL-2023 Final: বৰষুণেও দিব নোৱাৰে বাধা, আছে বিকল্প ব্যৱস্থা...

IPL-2023 Final: বৰষুণেও দিব নোৱাৰে বাধা, আছে বিকল্প ব্যৱস্থা...
IPL-2023 Final: বৰষুণেও দিব নোৱাৰে বাধা, আছে বিকল্প ব্যৱস্থা...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৩ (IPL 2023) ৰ চূড়ান্ত মেচত বৰষুণৰ বিধি-পথালি। আহমেদাবাদত অনুষ্ঠিত হোৱা মেচখনক লৈ সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ মাজত পূৰ্বৰে পৰা উত্তেজনাই বিৰাজ কৰিছিল যদিও এতিয়া বৰষুণৰ ফলত মেচখনক লৈ সৃষ্টি হৈছে অনিশ্চয়তা।

এতিয়ালৈকে ফাইনেল মেচখনৰ টছেই কৰিব পৰা নাই। অৱশ্যে আই পি এলৰ অধ্যক্ষ অৰুণ ধুমালে (Arun Dhumal) মন্তব্য কৰিছে যে, বৰষুণ সমাপ্ত হোৱালৈ তেওঁলোকে অপেক্ষা কৰিব। বৰষুণ বন্ধ হলেই খেল আৰম্ভ কৰিব।

প্ৰয়োজন সাপেক্ষে চুপাৰ অভাৰৰ জৰিয়তে আই পি এল-২০২৩ ৰ চূড়ান্ত বিজয়ী নিৰ্বাচিত কৰা হ'ব। ইয়াৰ বাবে নিশা ১২:২৬ লৈ অপেক্ষা কৰিব। যদিহে ৯:৩০ ৰ ভিতৰত মেচ অনুষ্ঠিত কৰিব পাৰে তেন্তে ২০ অভাৰৰেই মেচ অনুষ্ঠিত হ'ব।

IPL-2023 Final: বৰষুণেও দিব নোৱাৰে বাধা, আছে বিকল্প ব্যৱস্থা...
Manipur Incident: ইম্ফলত সেনা, আৰক্ষীৰ অভিযানঃ ২৪ ঘণ্টাত ৪০ বিদ্ৰোহীৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in