ঘোষাণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলঃ সঞ্জু, পণ্ট, শিৱম ডুবেও পালে স্থান...

ৰোহিত শৰ্মা অধিনায়ক, হাৰ্দিক পাণ্ডিয়া উপ-অধিনায়ক
ঘোষাণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলঃ সঞ্জু, পণ্ট, শিৱম ডুবেও পালে স্থান...
ঘোষাণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলঃ সঞ্জু, পণ্ট, শিৱম ডুবেও পালে স্থান...
  • ঘোষণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দল।

  • ৰোহিত শৰ্মাৰ হাতত অধিনায়কৰ দায়িত্ব।

  • দলত স্থান পালে সঞ্জু চেমচনে।

  • ঋষভ পণ্টকো দিয়া হৈছে বিশ্বকাপ দলত স্থান।

  • দলটোৰ উপ-অধিনায়কৰ দায়িত্বত হাৰ্দিক পাণ্ডিয়া।

  • তৰুণ ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল, সুভম ডুবেকো দলত স্থান।

  • এইবাৰ ন্যায় লাভ কৰিলে যুজবেন্দ্ৰ চাহালেও।

  • ব্যাপক চৰ্চাৰ অন্তত যুজবেন্দ্ৰ চাহালকো দিয়া হৈছে দলটোত স্থান।

  • সূৰ্য কুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আছে দলটোত।

  • অৰ্শ্বদ্বীপ সিং মহম্মদ ছিৰাজেও লাভ কৰিছে স্থান।

  • ৰিজাৰ্ভ খেলুৱৈ হিচাপে আছে শুভমণ গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আবেশ খান।

ঘোষিত মূল দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা,অক্ষৰ পেটেল, কুলিদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ চাহাল, অৰ্শদ্বীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ।

ঘোষাণা হ'ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলঃ সঞ্জু, পণ্ট, শিৱম ডুবেও পালে স্থান...
দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিলে টি-২০ বিশ্বকাপৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in