শীৰ্ষত মহম্মদ চিৰাজ

শীৰ্ষত মহম্মদ চিৰাজ

author-image
Asomiya Pratidin
New Update
শীৰ্ষত মহম্মদ চিৰাজ

ডিজিটেল ডেস্ক : সদ্য সমাপ্ত এছিয়া কাপৰ ফাইনেল মেচখনত ভাৰতীয় বলাৰ মহম্মদ চিৰাজে ৬টা উইকেট দখল কৰিছিল। ইয়াৰ সুবাদত আই চি চি এদিনীয়া ক্ৰিকেটৰ বলাৰৰ তালিকাত তেওঁ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চিৰাজ নৱম স্থানত আছিল। শ্ৰীলংকাৰে হোৱা ফাইনেল মেচখনত ৬টা উইকেট দখল কৰি তেওঁ একেঢাপে ৮টা স্থান আগুৱাই এই কৃতিত্বৰ গৰাকী হয়।

ইফালে ভাৰতীয় বলাৰগৰাকীৰ উত্থানত পূৰ্বে শীৰ্ষস্থান অধিকাৰ কৰা হেজলউড দ্বিতীয় স্থানলৈ অৱনমিত হয়।

Also Read: জালনোটসহ ৩ জনক গ্রেপ্তাৰ যোৰাবাট আৰক্ষীৰ

cricket