পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ গুজৰাট টাইটানছৰ

দলৰ হৈ শুভমন গীলে ৬৭ ৰান কৰে

author-image
Asomiya Pratidin
New Update
পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ গুজৰাট টাইটানছৰ

ডিজিটেল ডেস্কঃ চলিত আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত জয়লাভ গুজৰাট টাইটানছৰ। বৃহস্পতিবাৰে পাঞ্জাৱ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত গুজৰাটে ঘৰুৱা দল পাঞ্জাৱ কিংছক পৰাস্ত কৰে।

Advertisment

পোনতে পাঞ্জাৱে বেট ধৰি নিৰ্ধাৰিত অ'ভাৰত ৮ উইকেটত ১৫৩ ৰান সংগ্ৰহ কৰে। প্ৰত্য়ুত্তৰত গুজৰাটে ১টা বল বাকী থকা অৱস্থাতে ৪টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্ৰহ কৰি বিজয়ী হয়। দলৰ হৈ শুভমন গীলে ৬৭ ৰান কৰে।

Also Read: লাভলীনা,নয়নমণিকে ধৰি ভালেকেইগৰাকী খেলুৱৈক অসম অলিম্পিক সংস্থাৰ সম্বৰ্দ্ধনা

IPL 2023