বিশ্বকাপত আৰম্ভণিৰ পৰাই থাকিব দীনেশ কাৰ্তিক

বিশ্বকাপত আৰম্ভণিৰ পৰাই থাকিব দীনেশ কাৰ্তিক

author-image
Asomiya Pratidin
New Update
বিশ্বকাপত আৰম্ভণিৰ পৰাই থাকিব দীনেশ কাৰ্তিক

ডিজিটেল ডেস্ক : ভাৰতৰ টি-২০ দলত খেলাৰ সুযোগ নাপালেও আমেৰিকা-ৱেষ্ট ইণ্ডিজত হ'ব লগা বিশ্বকাপত আৰম্ভণিৰ পৰাই থাকিব দীনেশ কাৰ্তিক। অৱশ্যে কাৰ্তিকৰ এই উপস্থিতি খেলুৱৈ হিচাপে নহয়, ধাৰাভাষ্যকাৰ হিচাপেহে।

Advertisment

প্ৰতিযোগিতাখনৰ বাবে আই চি চিয়ে ৪১জনীয়া ধাৰাভাষ্যকাৰ দলৰ নাম ঘোষণা কৰিছে। এই তালিকাত কাৰ্তিকৰ উপৰি ভাৰতৰ সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী আৰু হৰ্ষ ভোগলে।

উল্লেখযোগ্য যে বিশ্বকাপ দলত স্থান লাভৰ পৰা বঞ্চিত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথো আছে ধাৰাভাষ্যকাৰৰ দলত।

Also Read: ১৬ বছৰীয়া বৰ্ণিল অভিজ্ঞতা বুকুত বান্ধি আই পি এলক বিদায় দীনেশ কাৰ্তিকৰ

icc T-20 WORLD CUP 2024 cricket world cup Dinesh Karthik