কাটাৰ বিশ্বকাপঃ ক্ৰ’ৱেচিয়াৰ সন্মুখত বেলজিয়াম...

author-image
Asomiya Pratidin
New Update
কাটাৰ বিশ্বকাপঃ ক্ৰ’ৱেচিয়াৰ সন্মুখত বেলজিয়াম...

ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া এখন গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহণ কৰিব ক্ৰ’ৱেচিয়া আৰু বেলজিয়ামে । বৰ্তমানলৈকে গ্ৰুপ পৰ্যায়ত শীৰ্ষ স্থান অধিকাৰ কৰি আছে ক্ৰ’ৱেচিয়াই । এই পৰ্যন্ত খেলা দুখন মেচত এখনত জয়লাভ কৰাৰ বিপৰিতে আনখনত ড্ৰ খেলিছে ।

Advertisment

বেলজিয়ামৰ স্থান তৃতীয়। দলটোৱে খেলা দুখন মেচৰ অন্তত এখন মেচত জয়লাভ কৰিছে আৰু আনখনত পৰাজিত হৈছে।সেই অনুসৰি আজিৰ খেলখনত ক্ৰ’ৱেচিয়া ফেভাৰিট।অৱশ্যে বেলজিয়ামেও শেষ মুহুৰ্তত শেষ হাঁহি মৰাৰ সামৰ্থ আছে। খেলৰ সময়ঃ সন্ধিয়া ৮-৩০ বজাত।

আৰু পঢ়ক : আজি বিশ্ব এইডছ দিৱস

croatia fifa world cup 2022 belgium