/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/72cd1b42-759c-4054-82bf-6b647ee75f28/111.jpg)
মিজোৰামত তিনিটাকৈ বিদেশী বন্য জন্তু জব্দ মিজো আৰক্ষীৰ
অসম-মিজোৰাম সীমান্তৰ কলাছিবৰ চাইফাই আৰক্ষীৰ তালাচীত জব্দ
বন্য জন্তু তিনিটাৰ ভিতৰত আছে দুটা আফ্রিকান কলোবাছ বান্দৰ, এটা ঘঁৰিয়াল
এখন বাহনত তালাচী চলোৱাত উদ্ধাৰ বন্য জন্তুকেইটা
ঘটনা সন্দৰ্ভত বাহনখনৰ চালক জাকিৰ হুছেইন বৰভূঞাক আটক
ধৃত জাকিৰৰ ঘৰ কাছাৰ জিলাৰ ধলাই ভাগা বাজাৰৰ ৰাজনগৰত
জব্দ কৰা বন্য জন্তুকেইটাৰ বজাৰ মূল্য কোটি টকাতকৈ অধিক