ত্ৰিপুৰাত কিহৰ ইংগিত ? পতন হ'ব নেকি বিজেপিৰ চৰকাৰ...

ত্ৰিপুৰাত কিহৰ ইংগিত ? পতন হ'ব নেকি বিজেপিৰ চৰকাৰ...

ডিজিটেল ডেস্ক : সঘনে সলনি হৈছে ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ দৃশ্যপট । ত্ৰিপুৰাত বিজেপিয়ে প্ৰথমে অগ্ৰগতি লাভ কৰিছিল যদিও বিজেপিৰ মিত্ৰজোঁটক তীব্ৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ আৰু বাওঁ দলৰ মিত্ৰজোঁটে ।

পুৱা ১০.৩০ বজালৈকে অনুষ্ঠিত হোৱা ভোটগণনাৰ ফলাফলত ৬০ খন আসনৰ ফলাফলত ২৪ খনতেই আগবাঢ়ি আছে কংগ্ৰেছ আৰু বাঁওদলৰ প্ৰাৰ্থী । বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী ২২ খনত, তিএমপিৰ প্ৰাৰ্থী ১৩খনত আৰু অন্যান্য প্ৰাৰ্থীয়ে এটা সমষ্টিত আগবাঢ়ি আছে । অৱশ্যে আন দুখন ৰাজ্যত বিজেপিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে ।

ত্ৰিপুৰাত কিহৰ ইংগিত ? পতন হ'ব নেকি বিজেপিৰ চৰকাৰ...
ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ প্ৰভাৱ পৰিব জি-২০ৰ বৈঠকতো

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in