ত্ৰিপুৰা বিধানসভা নিৰ্বাচনঃ পুৱা ১১ বজালৈ ভোটদানৰ হাৰ ৩১.২৩ শতাংশ

ত্ৰিপুৰাত অনুষ্ঠিত হোৱা বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ এই পৰ্যন্তলৈকে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে।

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডত কাইলৈ পুনৰ হ'ব ভোট গ্ৰহণ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: ত্ৰিপুৰাত অনুষ্ঠিত হোৱা বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ এই পৰ্যন্তলৈকে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। ৬০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মুঠ ২৫৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।

Advertisment

মুঠ ৩৩৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। বিভিন্ন স্থানৰ পৰা অহা খবৰ অনুসৰি দিনৰ ১১ বজালৈকে ৰাজ্যখনত ভোটদানৰ হাৰ হৈছেগৈ ৩১.২৩ শতাংশ। বিজেপিৰ সাংসদ তথা প্ৰাক্তন ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী বিপ্লৱ দে গোমাতি ভোটদান কেন্দ্ৰত ভোটদান কৰে।

আৰু পঢ়ক: ব্ৰিটেইনৰ সমানেই বৃহৎ এটুকুৰা গ্লেছিয়াৰ, গলিবলৈ আৰম্ভ কৰিছে গোলকীয় উষ্ণতাৰ বাবে

election tripura