অৰুণাচল প্ৰদেশত দুৰ্ধষ বিদ্ৰোহীৰ আত্মসমৰ্পণ...

অৰুণাচল প্ৰদেশত দুৰ্ধষ বিদ্ৰোহীৰ আত্মসমৰ্পণ...
অৰুণাচল প্ৰদেশত দুৰ্ধষ বিদ্ৰোহীৰ আত্মসমৰ্পণ...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ অৰুণাচল প্ৰদেশৰ নিয়াউছা গাঁৱত অসম ৰাইফলছৰ ওচৰত এন এছ চি এন (আই এম)ৰ এগৰাকী দুৰ্ধষ বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰে। কেডাৰজনে-২০২২ চনৰ জানুৱাৰী মাহৰ পৰা এন এছ চি এন (আই এম)ৰ সক্ৰিয় কেডাৰ হিচাপে কৰ্মৰত হৈ অঞ্চলটোত ধন দাবী আৰু অন্যান্য অবৈধ কাৰ্যকলাপ চলাই আহিছিল।

তদুপৰি তেওঁ বিৰুদ্ধে কেইবাটাও গোচৰৰ ৰুজু হৈ আছে । আজি কেডাৰজনে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আত্মসমৰ্পণ কৰে ।

অৰুণাচল প্ৰদেশত দুৰ্ধষ বিদ্ৰোহীৰ আত্মসমৰ্পণ...
বন বিভাগৰ নাই উপযুক্ত অস্ত্ৰ ! বনৰীয়া হাতীৰ আক্ৰমণত নিহত কৰ্মচাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in