নৰ্থ ইষ্ট মেডিয়া ক্ৰিকেট টুৰ্ণামেণ্ট

প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নৰ্থ ইষ্ট মেডিয়া ফৰোমৰ উপদেষ্টা আশীষ গুপ্তা আৰু জেষ্ঠ্য নাগৰিক পুতুল শইকীয়া।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট মেডিয়া ফ'ৰোমৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে নৰ্থ ইষ্ট মেডিয়া ক্ৰিকেট টুৰ্ণামেণ্ট। প্ৰথমখন খেল অনুষ্ঠিত হয় ফাৰিদাবাদৰ ৰাইনো ক্লাব আৰু নৰ্থ ইষ্ট মেডিয়া ফৰোমৰ মাজত। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নৰ্থ ইষ্ট মেডিয়া ফৰোমৰ উপদেষ্টা আশীষ গুপ্তা আৰু জেষ্ঠ্য নাগৰিক পুতুল শইকীয়া।

Advertisment

উক্ত প্ৰতিযোগীতাখনত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ ১০টাকৈ দলে অংশগ্ৰহণ কৰিছে। নৰ্থ ইষ্ট মেডিয়া ফৰোমৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতীম দাসে টুৰ্ণামেণ্টখনত ১০ টাকৈ দলে যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । টুৰ্ণামেণ্ট ফাইনেল অনুষ্ঠিত হ'ব ১০ মাৰ্চত ।

Also Read: মণিপুৰত উগ্ৰপন্থী গ্ৰেপ্তাৰ

north east media cricket tournament north east