অৰুণাচলৰ নামচাইত খামতি আৰু আদিবাসী লোকৰ মাজত তুমুল সংঘৰ্ষ

অৰুণাচলৰ নামচাইত খামতি আৰু আদিবাসী লোকৰ মাজত তুমুল সংঘৰ্ষ
অৰুণাচলৰ নামচাইত খামতি আৰু আদিবাসী লোকৰ মাজত তুমুল সংঘৰ্ষ
  • নিশা অৰুণাচলৰ নামচাইত উত্তপ্ত পৰিস্থিতি।

  • খামতি আৰু আদিবাসী লোকৰ মাজত তুমুল সংঘৰ্ষ।

  • সংঘৰ্ষত দুই পক্ষৰ মাজত গুলীয়াগুলী।

  • বনভোজকাৰীৰ বাহন আৰু এখন বিলাসী বাহনৰ মাজত সৃষ্টি হয় কাজিয়াৰ।

  • ৬ জনকৈ লোক আহত এই সংঘাতত।

  • ইয়াৰে ৩ জনৰ অৱস্থা অতি সংকটজনক।

  • ঘটনাক লৈ নামচাই প্রশাসনে জাৰি কৰিলে কাৰ্ফিউ।

অৰুণাচলৰ নামচাইত খামতি আৰু আদিবাসী লোকৰ মাজত তুমুল সংঘৰ্ষ
বৰপেটাৰ আলোপতিত ই-ৰিক্সাৰ চেপাত শিশুৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in