/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
বৰপেটাৰ আলোপতিত ই-ৰিক্সাৰ চেপাত শিশুৰ কৰুণ মৃত্যু... road accident
-
উৰুকাৰ দিনটোতে শোকাৱহ ঘটনা।
-
বৰপেটাৰ আলোপতিত সংঘটিত হৈছে এই ঘটনা।
-
ই-ৰিক্সাৰ চেপাত মৃত্যু এটি শিশুৰ।
-
মৃত শিশুটি নিচানৰচৰ গাঁৱৰ ছাহিন ইয়াচিন
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ
Also Read: হিন্দু ধৰ্মলৈ শংকৰাচাৰ্যৰ অৱদান কি? বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰশ্নত দেশজুৰি বিতৰ্ক...