নাগালেণ্ড নিৰ্বাচনঃ বিজেপিৰ কাজেটো কিনিমি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত

চতুৰ্দশ নাগালেণ্ড বাবে বিধানসভাৰ শুকুৰবাৰ মনোননয় প্ৰত্যাহাৰৰ অন্তিম দিন আছিল।

author-image
Asomiya Pratidin
New Update
নাগালেণ্ড নিৰ্বাচনঃ  বিজেপিৰ কাজেটো কিনিমি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত

ডিজিটেল সংবাদ,ৱাখা; চতুৰ্দশ নাগালেণ্ড বাবে বিধানসভাৰ শুকুৰবাৰ মনোননয় প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এন খেকাশে চুমীয়ে সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰা পিছতেই ভাৰতীয় জনতা পাৰ্টিৰ কাজেটো কিনিমি ৩১ নং আকুলুটো সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।

ইয়াৰ লগে লগে চতুৰ্দশ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰাৰ্থী হিচাপে পৰিগণিত হয়।উল্লেখযোগ্য যে কাজেটো কিনিমি বিগত ত্ৰয়োদশ নাগালেণ্ড বিধানসভা নাগালেণ্ড চৰকাৰৰ উপদেষ্টা আছিল।

আৰু পঢ়ক: তুৰস্কৰ ধ্বংসস্তুপৰ পৰা ৮ বছৰীয়া শিশুক জীৱন্তে উদ্ধাৰ ভাৰতীয় দলৰ...

congress bjp nagaland