/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/327cce08-723a-4fd0-a8cd-71b924726e66/WEB_THUM_new_dimpul_copy.jpg)
-
মানকাচাৰৰ কুচনিমাৰাত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান।
-
অভিযানত নিচাযুক্ত টেবলেটসহ ২ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ।
-
ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে আজিজ মিয়া আৰু নিয়াৰ মাৰাক।
-
নিয়াৰ মাৰাক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাসিন্দা।
-
কুচনিমাৰাৰ ড্ৰাগছ সৰবৰাহকাৰীক নিচাযুক্ত টেবলেটখিনি যোগান দিবলৈ আহিছিল মাৰাক।
-
আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিয়াৰ মাৰাক আৰু আজিজ মিয়াক গ্ৰেপ্তাৰ কৰে।
-
দুয়োৰ পৰা জব্দ কৰা হৈছে ১২৯৬ টা চেমপেক্স (sampex) নামৰ নিচাযুক্ত টেবলেট।
Also Read: চিলাপথাৰৰ ডিপাত মৃতদেহ উদ্ধাৰ