/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3de61abb-76b9-4ffb-90b5-0a2664d5a105/344.jpg)
-
অৰুণাচলত ভূমিস্খলনৰ ঘটনা
-
বালেমু-খালাকটাং পথত ভূমিস্খলনৰ ঘটনা
-
বালেমুৰ পৰা ২০ কিল'মিটাৰ পূবে পাহাৰৰ কিছু অংশ খহি পৰে ঘাইপথত
-
ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে
-
পথৰ দুয়ো পাৰে শতাধিক যান-বাহন আৱদ্ধ
-
পথ মেৰামতিৰ কাম অব্যাহত আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/25cded54-ab56-4818-b2e4-ff837044a30e/e94233c7_5f97_4c2d_8cdc_191ca81b205c.jpg)
Also Read: শিৱসাগৰত কাব্যপ্ৰাণ প্ৰেম গগৈৰ ৭৮ সংখ্যক ওপজা দিন উদযাপন