মেঘালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ মিজো নাগৰিক গ্ৰেপ্তাৰ...

মেঘালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ মিজো নাগৰিক গ্ৰেপ্তাৰ...
মেঘালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ মিজো নাগৰিক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ মেঘালয়ত অবৈধ মাৰণাস্ত্ৰসহ এগৰাকী মিজোৰামৰ নাগৰিৰ গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় আৰক্ষী আৰু সামৰিক চোৰাংচোৱাৰ অভিযানত এই সফলতা লাভ কৰিছে।

জানিব পৰা মতে মিজোৰামৰ এই লোকজনে মেঘালয়ৰ ৰি ভয়’ জিলাৰ ন মাইল বাৰিদুৱাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ এই অবৈধ অস্ত্ৰ সমূহ বিক্ৰীৰ বাবে আনিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ পৰা জব্দ কৰিছে এ কে ৪৭ ৰ ১,০৫২ টা সক্ৰিয় গুলী, গ্ৰেণেড, মেগজিন, ৰাফল, পিষ্টল আৰু ৩৪ টাকৈ চৰকাৰী ছীল-মোহৰ।

মেঘালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ মিজো নাগৰিক গ্ৰেপ্তাৰ...
'চকুৰ পৰা আতৰি গ'লে মনৰ পৰাও আঁতৰি যায়'- শিলচৰত সমুদ্ৰ গুপ্ত কাশ্যপৰ মন্তব্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in