/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cd7a8a64-19a1-424c-8f17-3e37777152d7/manipur_17.jpg)
মণিপুৰৰ ইম্ফলত জি ২০ বিজনেছ সন্মিলন আৰম্ভ...
ডিজিটেল সংবাদ বেকাজানঃ আজি ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত আইচিটি, পৰ্যটন, স্বাস্থ্যসেৱা আৰু হস্ততাঁতত বহুপক্ষীয় ব্যৱসায়িক অংশীদাৰিত্বৰ সুযোগৰ ওপৰত জি ২০ বিজনেছ এখন সন্মিলন অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ae74ef20-72c6-446a-966c-60d4c4fef821/e944676f_2d15_41a7_a73b_1507fbc365a7.jpg)
সন্মিলনত মণিপুৰত ব্যৱসায় কৰাৰ বাবে বিনিয়োগৰ সুযোগ আৰু সহায়ক পৰিৱেশ তন্ত্ৰ, মূল খণ্ডৰ সুযোগ, স্বাস্থ্যসেৱা আৰু চিকিৎসা পৰ্যটন, পৰ্যটন আৰু আতিথ্য, আইচিটি, হস্ততাঁত আৰু বস্ত্ৰশিল্পকে ধৰি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2cff553f-b173-45c2-ab50-477c7f367cad/5bbec6c0_9c07_459a_b8ee_e1d74a7259db.jpg)
জি-২০ আৰু অন্যান্য দেশৰ প্ৰতিনিধিয়েও পূৰ্ণাংগ অধিবেশনত ভাষণ দিয়ে। অধিৱেশনত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড০ আৰ. ৰঞ্জন সিং, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী, সোম পাৰ্কাশ, ভাৰত চৰকাৰৰ জি-২০ সচিবালয়ৰ যুটীয়া সম্পাদক (সমিতি) এল ৰমেশ বাবু, আৰু ভাৰতীয় উদ্যোগ সংঘৰ সদস্য গোপী কে মৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/85ee36e3-2239-403c-97da-287f09cf3c18/e9e9e0e1_5a61_4d7a_81eb_4c7f65585fbd.jpg)
Also Read: অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা...