বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...

বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...

author-image
Asomiya Pratidin
New Update
বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...

বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...

ডিজিটেল ডেস্কঃ বাতিল হ'ল মণিপুৰত হ'বলগীয়া ফেশ্বন শ্ব'ৰ কাৰ্যসূচী। আজি পুৱা সংঘটিত হোৱা এক বোমা বিস্ফোৰণৰ ঘটনাৰ বাবেই বাতিল কৰা হৈছে এই ফেশ্বন শ্ব'ৰ কাৰ্যসূচী।

Advertisment

উল্লেখ্য যে ইম্ফলত অনুষ্ঠিত হ'বলগীয়া এই ফেশ্বন শ্ব'ত অশংগ্ৰহণকৰাৰ কথা আছিল বলিউড অভিনেত্ৰী ছান্নী লিয়নী। পিছে আজি পুৱাই ফেশ্বন শ্ব' অনুষ্ঠিত হোৱাৰ স্থানত হেণ্ড গ্ৰেণেড বিস্ফোৰণৰ বাবে প্ৰশাসনে নিৰাপত্তাৰ বাবেই দেওবাৰে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান বাতিল কৰিছ।

মন কৰিবলগীয়া যে, হাউছ অৱ আলীয়ে হেণ্ডলুমৰ প্ৰচাৰৰ বাবে আয়োজন কৰিছিল এই অনুষ্ঠানৰ।

Also Read: ONGC চিনামৰাত প্ৰশিক্ষণৰত অসমীয়া যুৱতীক চি জি এম মাথুৰে যৌন নিৰ্যাতনৰ অভিযোগ...

মণিপুৰ বোমা বিস্ফোৰণ ছানী লিয়নী