ONGC চিনামৰাত প্ৰশিক্ষণৰত অসমীয়া যুৱতীক চি জি এম মাথুৰে যৌন নিৰ্যাতনৰ অভিযোগ...

ONGC চিনামৰাত প্ৰশিক্ষণৰত অসমীয়া যুৱতীক চি জি এম মাথুৰে যৌন নিৰ্যাতনৰ অভিযোগ...
ONGC চিনামৰাত প্ৰশিক্ষণৰত অসমীয়া যুৱতীক চি জি এম মাথুৰে যৌন নিৰ্যাতনৰ অভিযোগ...
  • অ' এন জি চিৰ বহিৰাগত উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে অসমীয়া যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ।

  • চি জি এম (এম এম) পি মাথুৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

  • অ' এন জি চিৰ যোৰহাটৰ চিনামৰা কাৰ্যালয়ত এই বিষয়াগৰাকী কৰ্মৰত।

  • প্ৰশিক্ষণৰত এগৰাকী অসমীয়া যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ।

  • যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীয়ে অ' এন জি চি চিনামৰাৰ হিউমেন ৰিচাৰ্ছ ডিপাৰ্টমেণ্টৰ মুৰব্বীৰ ওচৰত দাখিল কৰিছে অভিযোগ।

  • এই যুৱতীগৰাকী অ' এন জি চিৰ মেটেৰিয়েল মেনেজমেণ্ট শাখাত প্ৰশিক্ষণৰত আছিল।

  • ৩ দিনৰ পূৰ্বে দাখিল কৰিছিল অভিযোগ।

  • অ' এন জি চিৰ বিষয়াগৰাকীৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা।

  • সমগ্ৰ ঘটনাক ঢাকি ৰখাৰ চেষ্টা অ' এন জি চি কৰ্তৃপক্ষৰ।

  • যৌন নিৰ্যাতনৰ বলি হৈ মানসিক ভাৱে ভাঙি পৰিছে যুৱতীগৰাকী।

  • এইছ আৰ শাখা চি জি এম মাথুৰৰ অধীনত হোৱাৰ বাবেই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

  • সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অৱগত কৰা হৈছে ই মেইলৰ জৰিয়তে।

  • অ' এন জি চিৰ শীৰ্ষ বিষয়ালৈ প্ৰেৰণ কৰা হৈছে এই অভিযোগ।

  • অসমৰ মুখ্যমন্ত্ৰীকো ই মেইলৰ জৰিয়তে অৱগত কৰা হৈছে সমগ্ৰ বিষয়টো।

  • সদৌ অসম ছাত্ৰ সন্থাকো যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে।

ONGC চিনামৰাত প্ৰশিক্ষণৰত অসমীয়া যুৱতীক চি জি এম মাথুৰে যৌন নিৰ্যাতনৰ অভিযোগ...
এই মানুহজনক পদ্মশ্ৰী, অসম গৌৰৱ দিব নোৱাৰি নেকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in