/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e5ca7a2f-546e-4d9a-a0c9-5c95114b9a7f/MIZORAM_15.jpg)
ম্যানমাৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহঃ মিজোৰামত ২৫ কোটি টকাৰ হেৰ'ইন জব্দ
-
মিজোৰামত ২৫ কোটি টকাৰ হেৰ'ইন জব্দ।
-
আবকাৰী আৰু নাৰ্ক’টিকছ বিভাগে জব্দ কৰে এই হেৰ'ইনখিনি।
-
জব্দকৃত হে'ৰইনখিনিৰ পৰিমাণ ৫ কেজিৰো অধিক।
-
চাইচল অঞ্চলত এখন বলেৰ' আৰু গ্ৰেণ্ড ভিটাৰাৰ পৰা জব্দ কৰা হৈছে হেৰ'ইনখিনি।
-
মুঠ ৪৩৬টা চাবোনৰ বাকচৰ জৰিয়তে সৰবৰাহ কৰিছিল হেৰ'ইনখিনি।
-
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ত্ৰিপুৰাৰ ৪ সৰবৰাহকাৰীক।
-
গ্ৰেপ্তাৰ হোৱা ৪ সৰবৰাহকাৰী ক্ৰমে জামিৰ হুছেইন, মাৰাম মিঞা, আমিৰ হুছেইন, শুকান্ত কৰ্মকাৰ।
-
ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰা হৈছে ৩ জনকৈ মিজো ড্ৰাগছ সৰবৰাহকাৰী।
-
ম্যানমাৰৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।
Also Read: ধলা নৈত সন্ধানহীন এজন...