New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2c3e281a-24df-4f77-a276-5c9006455023/DHOLA_15.jpg)
ধলা নৈত সন্ধানহীন এজন...
তিনিচুকীয়াৰ ধলা নৈত সন্ধানহীন এজন যুৱক।
সন্ধানহীন যুৱকজনৰ নাম পাপানু ওৰাং।
ধলা নৈ পাৰ হোৱাৰ সময়তে এই অঘটন।
জানিব পৰা মতে যুৱকজনে নদী পাৰ হৈ লফাংকলা গাঁৱলৈ যোৱাৰ চেষ্টা কৰিছিল।
যুৱকজনৰ সন্ধানত SDRFৰ উদ্ধাৰ অভিযান।
Also Read: আজিৰে পৰা বাঘজাপত ১০ দিনীয়া একক অভিনয় কৰ্মশালা আৰম্ভণি...