মেঘালয়ৰ তুৰা সমষ্টিত জয়ৰ দিশে কংগ্ৰেছ...

মেঘালয়ৰ তুৰা সমষ্টিত জয়ৰ দিশে কংগ্ৰেছ...
  • মেঘালয়ত তুৰা লোকসভা সমষ্টিত জয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।

  • এই মূৰ্হুতলৈকে কংগ্ৰেছ প্ৰাৰ্থী এছ এ চাংমাই ২০৯৮৩৯টা ভোট লাভ কৰিছে।

  • তেওঁৰ নিকটতম প্ৰাৰ্থী এন পি পি দলৰ আগাথা কে চাংমাই লাভ কৰিছে ১২১০৩৩টা ভোট।

  • কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৮৮৮০৬টা ভোটত আগবাঢ়ি আছে।

  • এতিয়ালৈকে সমষ্টিটোত ৩৮১৮৭৭টা ভোট গণনা সম্পন্ন হৈছে।

  • কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মুঠ ভোট গণনাৰ ভোটৰ ৫৭.৪৯শতাংশ ভোট লাভ কৰিছে।

  • আনহাতে এন পি পিৰ প্ৰাৰ্থী গৰাকীয়ে ৩৩.৩৫শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

  • সমষ্টিটোত নটাত এই মূৰ্হুতলৈকে ০.৯৩শতাংশ ভোট পৰিছে।

মেঘালয়ৰ তুৰা সমষ্টিত জয়ৰ দিশে কংগ্ৰেছ...
নগাঁৱত ১০হাজাৰৰো অধিক ভোটত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in