New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9f44a366-8975-40da-80b9-b8a35b81337b/65d33fd44c426_assam_19473195_16x9.avif)
নগাঁৱত পুনৰ অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।
প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে ১০৬৩২টা ভোটত।
প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰা ভোটৰ সংখ্যা ৫৪,২৪১টা
বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছে ৪৩৬০৯টা ভোট।
আমিনুল ইছলামে লাভ কৰিছে ৬৬০৯টা ভোট।
Also Read: পঢ়ি লওক সবিশেষঃ অসমৰ ১৪টা সমষ্টিত কোন কিমান ভোট আগবাঢ়ি আছে...