মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব আজি...

মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব আজি...

ডিজিটেল ডেস্ক : আজি দিন ঘোষণা হ'ব ৩ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ । নতুন দিল্লীত নিৰ্বাচনী দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই এক সংবাদ মেলৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৩ খন ৰাজ্যৰ নিৰ্বাচনী সূচী প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, ফেব্ৰুৱাৰীত অন্ত পৰিব মেঘালয়, ত্ৰিপুৰা আৰু নগালেণ্ড বিধান সভাৰ ৫ বছৰীয়া কাৰ্যকাল । অনুমান কৰা হৈছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ ভিতৰতেই এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব । কিয়নো ১৫ ফেব্ৰুৱাৰীৰ পৰা আছে চি বি এচ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in