/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/15c103a9-64c1-4443-b271-e9a08da2e4e1/391.jpg)
ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান অৱ্যাহত আছে আৰক্ষীৰ। শুকুৰবাৰে গোপন তথ্যৰ ভিত্তিত ইম্ফল পশ্চিম জিলাত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে ৩জন কেচিপি গোটৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
উগ্ৰপন্থী কেইজন ইম্ফল পশ্চিমৰ লৌশ্বামবাম আলিন,হেৰিছ মাইবাম আৰু বেলা ওয়নাম। তেওঁলোকৰ পৰা ৯টা গুলীভৰ্তি মেগজিনসহ ১টা নাইন এম এম পিস্তল,নগদ ৪ লাখ টকা, ৫ টা মোবাইল ফোন আৰু পইন্ট থ্ৰি পিস্তলৰ ২৫ টা সক্ৰিয় গুলি উদ্ধাৰ কৰে।
Also Read: বাইহাটা চাৰিআলিত নিৰ্মীয়মাণ উৰণ সেতুৰ বীম খহি পৰা ঘটনাৰ গোচৰ ৰুজু প্ৰশাসনৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us