New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
জগন্নাথ ৰথ যাত্ৰাৰ সময়ত ত্ৰিপুৰাত এক ভয়াৱহ অঘটন।
৬ জন লোকৰ মৃত্যু হোৱাৰ তথ্য এই ৰথ যাত্ৰাত।
ত্ৰিপুৰাৰ উনাকোটি জিলাত এই অঘটন।
উচ্চ প্ৰবল্যৰ বিদ্যুৎ পৰিবাহী তাঁৰ ৰথত লাগি সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ।
বহু সংখ্যক লোক আহত হৈছে এই দুৰ্ঘটনাত।
Also Read: কৃত্ৰিম বানৰ কবলত মুম্বাই; গছ পৰি নিহত...