খেল পথাৰত নহয়, নিৰ্বাচনী পথাৰত মহম্মদ আজাহাৰুদ্দিনে দেখুৱাইছে চমক...

খেল পথাৰত নহয়, নিৰ্বাচনী পথাৰত মহম্মদ আজাহাৰুদ্দিনে দেখুৱাইছে চমক...
খেল পথাৰত নহয়, নিৰ্বাচনী পথাৰত মহম্মদ আজাহাৰুদ্দিনে দেখুৱাইছে চমক...

ডিজিটেল ডেস্কঃ ১১৯ খন আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ প্ৰায় ৯০ মিনিটৰ ভিতৰত কংগ্ৰেছ ৬৩ খন আসনত আগবাঢ়ি আছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও এখন আসনত আগবাঢ়ি আছে। তেওঁ গাজৱেল আসনত আগবাঢ়ি থকাৰ বিপৰীতে কামাৰেড্ডী আসনত পিছপৰি আছে।

একেদৰে আগবাঢ়ি আছে প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন। তেওঁ জুবিলী হিলছ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। ট্ৰেণ্ড অনুসৰি ৰাজ্যখনত বি আৰ এছক আঁতৰাই কংগ্ৰেছে ক্ষমতা দখলৰ বাবে আগবাঢ়িছে।

অৱশ্যে এয়া ট্ৰেণ্ডহে। এতিয়াও এসনো আসনৰ ফলাফল ঘোষণা হোৱা নাই।

খেল পথাৰত নহয়, নিৰ্বাচনী পথাৰত মহম্মদ আজাহাৰুদ্দিনে দেখুৱাইছে চমক...
ৰাজস্থানত বিজেপিৰ চেঞ্চুৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in