/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
শ্রীনিৱাস বি ভি লৈ অন্তৰ্ৱৰ্তীকালীন অগ্রিম জামিন
উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
শ্রীনিৱাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ আনিছিল অংকিতা দত্তই
পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল জামিন আবেদন
তদন্তত সহযোগ কৰিব লাগিব বি ভি শ্রীনিৱাসে
২২ মে’ত উপস্থিত থাকিব লাগিব তদন্তকাৰী বিষয়াৰ ওচৰত
পৰৱৰ্তী সময়তো মাতিলে যাব লাগিব শ্রীনিৱাস
Also Read: অৱশেষত শুধৰণি কৰা হ'ল ফাট বিহুৰ স্মৰণিকাত মুখ্যমন্ত্ৰীৰ শুভেচ্ছাবাণী